সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰা গ্ৰেড পে’ আদায় দিয়া, প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা , নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা, ছাত্ৰ- ছাত্ৰীৰ ঐক্য সাজ যোগান ধৰা,শাৰীৰিক শিক্ষা-নেওতাৰ পাঠ্যপুথি যোগান ধৰা, ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণকে ধৰি ১০ দফীয়া দাবীৰ সমৰ্থনত পুনৰ শ্ৰেণীকোঠা এৰি ৰাজপথত নামিব ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সমাজে।
চৰকাৰৰ প্ৰতাৰণা-প্ৰৱঞ্চনাৰ বিৰুদ্ধে ১১ জানুৱাৰীত শিক্ষকৰ প্ৰতিবাদী সমাৱেশ
-
By admin
Related Content
The world's most educated country : আমেৰিকা বিশ্বৰ আটাইতকৈ শিক্ষিত দেশ নহয় ! ভাৰতৰ স্থান কি জানো আহক
By
publisher
January 2, 2023
Inauguration Ceremony : বাশবাৰী হিতেন্দ্ৰ নাথ মুচাহাৰী কলেজৰ ছোৱালী হোষ্টেলৰ আধাৰশিলা স্থাপন
By
publisher
December 27, 2022
Jorhat JB College : যোৰহাটৰ জেবি কলেজৰ ৰেগিং কাণ্ডৰ অভিযুক্তক শাস্তি প্ৰদান
By
publisher
December 21, 2022
HS Final Examination:২০ ফেব্ৰুৱাৰী পৰা আৰম্ভ হ'ব ২০২২-২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা
By
publisher
December 14, 2022
Affordable Education : কম খৰচত উন্নত মানৰ শিক্ষা, বিশ্বৰ এই পাঁচখন দেশত ভাৰতীয় শিক্ষার্থীসকলৰ বাবে বিশেষ সুযোগ
By
publisher
December 4, 2022
Hs Final Examination:ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা
By
publisher
December 2, 2022