প্ৰচুৰ পৰিমাণে মদ্যপান কৰিলে মানুহৰ গভীৰ টোপনি নহয় । যাক কোৱা হয় ‘টাইট শ্লিপ’। অতিপাত মদ্যপান ক ৰাৰ ফলত মানুহ নিচাগ্ৰস্ত হৈ টোপনিত ঢলি পৰিব পাৰে ।কিন্তু সেই টোপনি কেতিয়াও গভীৰ নহয় । বৰঞ্চ নিচাত ক’ব নোৱাৰা হৈ পৰাৰ বাবে ব্যক্তিজন টোপনি যায় ।
- মদ্যপানৰ ফলত মানুহৰ ৰক্ত সঞ্চালন অনিয়মিত হৈ পৰে।
- কেতিয়াবা এনে অনুভৱ হব পাৰে যে টোপনিৰ পৰা উঠি মানুহ চিনি নপায়। অৰ্থাৎ মদ্যপান কৰা ব্যক্তিজনৰ স্মৃতিভ্ৰম ঘটে।
- ঘনাই গা ঘামিব আৰু ভেছোপ্ৰেছিন হৰম’নৰ ফলত স্বাভাৱিকতকৈ অতি মৃত্ৰ ত্যাগ হব।
- মদ্যপান কৰি শুলে নাসিকা গৰ্জনৰ মাত্ৰা বহুখিনি বৃদ্ধি পায়।
- সকলো সময়তে চকুত টোপনিৰ ভাব এটা লাগি থাকিব । অথচ মানুহজনৰ টোপনি নহয় ।