মদ্যপান আৰু নিদ্ৰা

প্ৰচুৰ পৰিমাণে মদ্যপান কৰিলে মানুহৰ গভীৰ টোপনি নহয় । যাক কোৱা হয় ‘টাইট শ্লিপ’। অতিপাত মদ্যপান ক ৰাৰ ফলত মানুহ নিচাগ্ৰস্ত হৈ টোপনিত ঢলি পৰিব পাৰে ।কিন্তু সেই টোপনি কেতিয়াও গভীৰ নহয় । বৰঞ্চ নিচাত ক’ব নোৱাৰা হৈ পৰাৰ বাবে ব্যক্তিজন টোপনি যায় ।
Exit mobile version