অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন দিন ঘোষণাৰ লগে লগে তৎপৰতা বৃদ্ধি ৰাজনৈতিক দলৰ

অসমৰ ১৪ টা লোকসভা সমষ্টিত তিনিটা পর্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হব।প্ৰথম পৰ্যায়ত পাঁচটা, দ্বিতীয় পৰ্যায়টো পাঁচটা আৰু তৃতীয় পৰ্যায়ত চাৰিটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হব।প্ৰথম পৰ্যায়ত অহা ১১এপ্ৰিলত নিৰ্বাচন অনুস্থিত হবলগীয়া সমষ্টিকেইটা হল তেজপুৰ,কলিয়াবৰ,যোৰহাট,ডিব্ৰুগড় আৰু লখিমপুৰ । দ্বিতীয় পৰ্যায়ত ১৮ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হব কৰিমগঞ্জ,শিলচৰ,ডিফু,মঙ্গলদৈ আৰু নগাঁৱত।তৃতীয় পৰ্যায়ত অহা ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হবলগীয়া সমষ্টি কেইটা হল ধুবুৰী,কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটী।

Exit mobile version