অসমৰ ১৪ টা লোকসভা সমষ্টিত তিনিটা পর্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হব।প্ৰথম পৰ্যায়ত পাঁচটা, দ্বিতীয় পৰ্যায়টো পাঁচটা আৰু তৃতীয় পৰ্যায়ত চাৰিটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হব।প্ৰথম পৰ্যায়ত অহা ১১এপ্ৰিলত নিৰ্বাচন অনুস্থিত হবলগীয়া সমষ্টিকেইটা হল তেজপুৰ,কলিয়াবৰ,যোৰহাট,ডিব্ৰুগড় আৰু লখিমপুৰ । দ্বিতীয় পৰ্যায়ত ১৮ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হব কৰিমগঞ্জ,শিলচৰ,ডিফু,মঙ্গলদৈ আৰু নগাঁৱত।তৃতীয় পৰ্যায়ত অহা ২৩ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হবলগীয়া সমষ্টি কেইটা হল ধুবুৰী,কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটী।
অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন দিন ঘোষণাৰ লগে লগে তৎপৰতা বৃদ্ধি ৰাজনৈতিক দলৰ
-
By admin
- Categories: News
- Tags: AssamLoksabha Election
Related Content
২৫ বছৰীয়া হ’ল আঠঘৰীয়াৰ সাৰ্বজনীন শ্ৰীশ্ৰীবিষহৰি পূজা পৰ্ব
By
publisher
January 18, 2025
Asom Jatiyo Bidyalaya অসম জাতীয় বিদ্যালয়ত শিল্পী দিৱস উদযাপন
By
publisher
January 18, 2025
ABSU :বড়ো মাধ্যমৰ শিক্ষাৰ কে'বাটাও দাবী পূৰণৰ সিদ্ধান্ত চৰকাৰৰ
By
publisher
January 18, 2025
Shah Rukh Khan : আক্ৰমণৰ লক্ষ্য আছিল মহাতাৰকা শ্বাহৰুখ খান
By
publisher
January 18, 2025
Jonbeel Mela:জনসমুদ্ৰত পৰিণত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ বাণী বিয়পোৱা জোনবিল মেলা
By
publisher
January 18, 2025
Demanded the dismissal of Devolal:স্বায়ত্ত পৰিষদৰ মুৰব্বী দেৱোলালক বৰ্খাস্তৰ দাবী স্বয়ং বিজেপি নেতাৰ
By
publisher
January 18, 2025