গছত উঠিল সিংহ : টুইটাৰত খলকনি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে প্ৰকাশ কৰা এখন ছবিয়ে খলকনি তুলিছে। ছবিখন হৈছে গছৰ ওপৰত উঠি থকা সিংহৰ। ছবিখন প্ৰথমতে পোষ্ট কৰিছিল স্থানীয় বন বিষয়াই. “Majestic Gir Lion….Lovely picture! এইদৰেে লিখিছে মোদীয়ে।

ADVERTISEMENT

 

Exit mobile version