চন্দ্ৰত পানী

যুগে যুগে চন্দ্ৰ মানৱ জাতিৰ বাবে হৈ আহিছে বিস্ময়ৰ উৎস। কিমান যে ৰহস্যময় এই আকাশৰ জোনটিৰ কাহিনী। অলপতে এনে বিস্ময় কঢ়িয়াই চন্দ্ৰৰ বুকুত বিজ্ঞানীয়ে চিহ্নিত কৰিছে জলকণা।

ADVERTISEMENT
Exit mobile version