ৰাজ্যৰ ২৮,১৪৩ টা কেন্দ্রৰ ৩,৬৬৩ টা অতি স্পৰ্শকাতৰ

আগন্তুক লোক সভা নিৰ্বাচনত ৰাজ্যত ২,১৭,৬০,৬০৪ গৰাকী ভোটাৰে ২৮,১৪৩ টা কেন্দ্ৰত ভোট দান কৰিব।এই কেন্দ্ৰবোৰৰ ভিতৰত আজি পৰ্য্যন্ত ৩,৬৬৩ টাক অতি স্পৰ্শকাতৰ ৰূপে চিনাক্ত কৰা হৈছিল।তেনেদৰে স্পৰ্শ কাতৰ কেন্দ্ৰৰ সংখ্যা হল ১,৯১৩ টা।এক সাংবাদমেল যোগে এই কথা সদৰী কৰে ৰাজ্যৰ নিৰ্বাচনী বিষয়া মুকেশ কুমাৰ চাহুৱে।তদুপৰি ৬৯৯টা কেন্দ্ৰ অসুৰক্ষিত অঞ্চলত আৰু ৭৩৫ টা কেন্দ্ৰ দুৰ্গম অঞ্চলত অৱস্থিত বুলি সদৰী কৰে বিষয়।গৰাকীয়ে।।

ADVERTISEMENT
Exit mobile version