আগন্তুক লোকসভা নিৰ্ব্বাচনত ৰাজ্যত বিজেপি চাৰিখন আৰু এ আই ইউ ডি এফে দুখন আসন লাভ কৰাৰ সম্ভাৱনা আছে । জ্যোতিষীৰ গণনাত এনে এক ফলাফলৰ আশা কৰা হৈছে । অগপৰ জন্মলগ্নতে শনি সংযুক্ত হৈ থকাৰ বাবেই দলটোৱে ভুল সিদ্ধান্ত লৈ আহিছে । কিন্তু বৰ্তমান অগপই বিজেপিৰে মিত্ৰতা কৰাত দলটোৱে দুখন আসন লাভ কৰাৰ সম্ভাৱনা থকাৰ লগতে বিজেপিয়ে পূৰ্বে ছখন আসন লাভৰ সম্ভাৱনা আঠখনলৈ বৃদ্ধি পাইছে মিত্ৰতাৰ বাবেই ।তেজপুৰৰ বাণথিয়েটাৰত অহা 30 আৰু 31 মাৰ্চত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় জ্যোতিষ সন্মিলন। দেশ-বিদেশৰ জ্যোতিষ বিজ্ঞানী তথা শিক্ষাবিদে অংশ গ্ৰহণ কৰিবলগীয়া এই অধিৱেশনখনৰ অন্যতম আয়োজক সদৌ অসম জ্যোতিষ শাস্ত্ৰ আৰু আধ্যাত্মিক পৰিষদ আৰু তেজপুৰ এষ্ট্ৰ’ মেডিকেল ৰিচাৰ্ছ প্ৰজেক্টৰ দ্বাৰা শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ণত অনুষ্ঠিত হোৱা সংবাদমেলৰ পাছতে আগন্তুক লোকসভা নিৰ্ব্বাচন সন্দৰ্ভত একাধিক ভৱিষ্যৎ বাণী কৰে।
লোকসভা নিৰ্ব্বাচন সন্দৰ্ভত জ্যোতিষীৰ গণনা
-
By admin

ADVERTISEMENT
- Categories: News
- Tags: AssamLoksabha Election
Related Content
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
By
publisher
May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
By
publisher
May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
By
publisher
May 12, 2025
Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান
By
publisher
May 12, 2025