লোকসভা নিৰ্ব্বাচনৰ কাষ চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ মাজত পৰস্পৰক আক্ৰমণ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে । কেন্দ্ৰীয় মন্ত্ৰী মহেশ শৰ্মাই উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত এখন জনসভাত অংশ লৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা পূব উত্তৰ প্ৰদেশৰ প্ৰভাৰী প্ৰিয়ংকা গান্ধীক কঠোৰভাৱে সমালোচনা কৰিলে।ভাষণ প্ৰসংগত মন্ত্ৰী শৰ্মাই কয় যে মায়াৱতী, অখিলেশ যাদৱ আৰু এতিয়া পাপ্পু আৰু পাপ্পুৰ পপ্পি ( প্ৰিয়ংকা গান্ধী)য়ো উত্তৰ প্ৰদেশত হাজিৰ হ’ল । ‘পাপ্পুৱে কয় মই প্ৰধানমন্ত্ৰী হ’ম। মায়াৱতী, অখিলেশ যাদৱ আৰু পাপ্পু পপ্পিয়ো উপস্থিত হ’ল। প্ৰিয়ংকা কংগ্ৰেছৰ কন্যা নহয় জানো? তেন্তে কি নতুনত্ব দলটোৱে আনিলে? প্ৰথমে নেহেৰু পাছত ৰাজীৱ গান্ধী, পাছত ৰাহুল গান্ধী, এইবাৰ প্ৰিয়ংকা গান্ধী। আৰু কোনোবাক যদি কংগ্ৰেছে আনে , তেন্তে তেওঁ গান্ধীয়ে হ’ব।’ কেন্দ্ৰীয় মন্ত্ৰীজনে সভাত এইদৰে প্ৰিয়ংকাক উদ্দেশি কটাক্ষ কৰে।
পাপ্পুৰ পাছত পপ্পিও আহিল
-
By publisher

- Categories: News, Politics
- Tags: BJPCongressLoksabha ElectionPriyanka Gandhi
Related Content
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
By
publisher
March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
By
publisher
March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
By
publisher
March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
By
publisher
March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
By
publisher
March 11, 2026