নিৰ্ব্বাচনী বতাহৰ মাজতো সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো পৰিলক্ষিত হৈছে এক উৎসৱমুখৰ পৰিৱেশ। ফাঁচী বজাৰ, শিল পুখুৰী, গণেশগুৰি আদি মহানগৰৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ৰঙৰ শাৰী শাৰীকৈ দোকান । বজাৰত মহাৰাজ কুমকুম নামেৰে বিভিন্ন ৰঙৰ সমাহাৰ ঘটাৰ লগতে মোদী ব্ৰেণ্ডৰ ফিছকাৰী, মুখা, টুপী আদিও বজাৰত উপলব্ধ হৈছে । সকলোৰে হাতে হাতে ৰঙৰ টোপোলাৰ লগতে দেখিবলৈ পোৱা গ’ল মোদী ব্ৰেণ্ডৰ ফিছকাৰী, মুখা আৰু টুপী। বহুজনে ক’লে,’ বহু দূৰৰ পৰা আহি বিভিন্ন ৰঙ ক্ৰয় কৰাৰ লগতে মোদী ব্ৰেণ্ডৰ ফিছকাৰী, মুখা আৰু টুপী ক্ৰয় কৰিছো।’ বিক্ৰেতায়ো ক’লে ,’ এইবাৰ মোদী ব্ৰেণ্ডৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে ।’ মুঠৰ ওপৰত মহানগৰবাসী এতিয়া ব্যস্ত হৈ পৰিছে ফাকুৱাৰ বাবে ভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ লগতে ৰঙৰ উৎসৱ ফাকুৱা পালন কৰাত ।
ৰঙৰ উৎসৱৰ বাবে সাজু মহানগৰী
-
By admin
Related Content
▶️ : দেশত অচিৰেই স্থাপন হ'ব ১০০ খন নতুন সৈনিক স্কুল
By
publisher
January 23, 2025
Ed Raids In Kamakhya:কামাখ্যাত EDৰ অভিযান
By
publisher
January 23, 2025
IMD Weather Report :ঘন কুৱঁলীৰ আচ্ছাদন গুৱাহাটী সহ ১৭ জিলাত
By
publisher
January 23, 2025
Tea Talks: Winter Warmth শীতৰ আমেজত নানাবিধ চাহত চুমুক দিলে মন সতেজ হ'ব
By
publisher
January 23, 2025
Tiktok-Reels: Handwriting: মৃত্যুমুখী হাতে লিখা অভ্যাস, ক্ষতি মগজুৰ
By
publisher
January 23, 2025