কাশ্মীৰৰ পুলৱামাত যোৱা মাহত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদবৰণ কৰা চি আৰ পি এফৰ জোৱানৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যৰে হোলী উৎসৱ পালন নকৰাৰ সিদ্ধান্ত ললে অৰ্ধ সামৰিক বাহিনীটোৱে। চি আৰ পি এফৰ সূত্ৰই এই কথা প্ৰকাশ কৰি কয় যে এইবাৰ জোৱানসকলে হোলী পালন নকৰাৰ সিদ্ধান্ত লৈছে । ‘অহা 21 মাৰ্চত সীমান্তত নিয়োজিত জোৱানসকলে হোলী নেখেলে । পুলৱামা সন্ত্ৰাসবাদীৰ আক্ৰমণত ছহিদবৰণ কৰাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে ।’ চি আৰ পি এফৰ সঞ্চালকপ্ৰধান আৰ আৰ ভাটনগৰে কালি এইদৰে ঘোষণা কৰে।
ছহিদৰ প্ৰতি শ্ৰদ্ধা নিবেদনাৰ্থে হোলী নেখেলে চি আৰ পি এফৰ জোৱানে
-
By admin
Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026