ডিমাপুৰত ৫৭.১০লাখ টকাসহ এজন লোক আয়কৰ বিভাগৰ জালত পৰিছে। নিৰ্ব্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত নগদ ধন অনা নিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এনে নিষেধাজ্ঞা কৰি উক্ত লোকজনে এই বিপুল পৰিমাণৰ ধন লগত ৰাখে। তদন্ত সঞ্চালকালয়ে লোকজনক আটক কৰি এই ধন উদ্ধাৰ কৰে। আসন্ন লোকসভা নিৰ্ব্বাচনৰ আচৰণ বিধি বলবৎ হোৱাৰ পাছত প্ৰথমবাৰলৈ এনে বৃহৎ পৰিমাণৰ ধন উত্তৰ-পূবত আয়কৰ বিভাগে জব্দ কৰিছে।
নিৰ্ব্বাচনী আচৰণ বিধি উলংঘা ডিমাপুৰত ৫৭.১০ লাখ টকা জব্দ
-
By publisher

- Categories: Crime, News
- Tags: Illegal MoneyLoksabha Election
Related Content
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
By
publisher
March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
By
publisher
March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
By
publisher
March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
By
publisher
March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
By
publisher
March 11, 2026