নিশাৰ মহানগৰীত যুৱতীয়ে মৰিয়াই মৰিয়াই ভাঙিলে গাড়ী

কিয়

# ৰাজগড়ত নিশা সুৰামত্ত যুৱতীৰ তাণ্ডব
# সুৰাৰ ৰাগীত মাতাল যুৱতীয়ে ভাঙি চুৰমাৰ কৰিলে বিলাসী বাহন
# এ এছ ০১ ডি ভি ১০৬৭ নাম্বাৰৰ বাহনখন ভাঙি নিশা বহু সময়লৈকে ৰাজগড়ৰ ৰাজপথত উপদ্ৰৱ চলায় মেঘালয়ৰ যুৱতীগৰাকীয়ে
# আৰক্ষীয়ে জনোৱাা মতে বাহনখনত যুৱতীগৰাকীৰ সৈতে আছিল এজন যুৱক
# গাড়ীৰ ভিতৰতে যুৱক-যুৱতীয়ে একেলগে কৰিছিল সুৰাপান
# সুৰাপানৰ পিছত যুৱতীগৰাকীক গাড়ীত বহাই ৰহস্যজনকভাৱে দুঘন্টা পৰ্যন্ত সন্ধান নাছিল যুৱকজনৰ
# অৱশেষত ধৈৰ্যচ্যুত হৈ যুৱতীগৰাকীয়ে এফালৰ পৰা ভাঙি চুৰমাৰ কৰিলে বিলাসী বাহনখন
# মহাৰ্ণৱ দুৱৰাৰ নামত পঞ্জীয়ন কৰা আছে ছুইফট বাহনখন

Exit mobile version