গোপন মিত্ৰতাত আৱদ্ধ হোৱা বুলি চৰ্চাত থকা কংগ্ৰেছ-এ আই ইউ ডি এফ এইবাৰ লোকসভা নিৰ্ব্বাচনত এইবাৰ বিধ্বস্ত হব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।বিজেপিয়ে কয় যে এইবাৰ বিজেপি মিত্ৰজোঁটে ৰাজ্যত অধিকাংশ আসন লাভ কৰিবলৈ সক্ষম হ’ব। অসমৰ ৰাইজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত চিৰকৃতজ্ঞ বুলি দাবী কৰি সোণোৱালে কয় ,’ ভাৰতবৰ্ষৰ জনগণে নৰেন্দ্ৰ মোদীক দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে । দেশৰ আন অঞ্চলৰ লগতে অসমৰো বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ ৰাইজৰ মাজতো ইয়াক লৈ অত্যন্ত উৎসাহ দেখা গৈছে।’ প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰহণ কৰা আঁচনিৰ জৰিয়তে ৰাজ্যত যোগাযোগ, উদ্যোগ, শিক্ষা, স্বাস্থ্য আদি খণ্ডসমূহৰ ব্যাপক উন্নতি সাধন হৈছে বুলি সোণোৱালে মন্তব্য কৰি কয় যে ইয়াৰ বাবে অসমৰ ৰাইজ মোদী ওচৰত চিৰকৃতজ্ঞ ।
এইবাৰ কংগ্ৰেছ এ আই ইউ ডি এফ বিধ্বস্ত হ’ব: সোণোৱাল
-
By publisher
ADVERTISEMENT
- Categories: Loksabha Election, News, Politics
- Tags: AIUDFAssam BJPBJPSarbananda Sonowal
Related Content
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
By
publisher
May 12, 2025
'দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য
By
publisher
May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
By
publisher
May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
By
publisher
May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
By
publisher
May 12, 2025