এইবাৰ পঞ্জাৱৰ কংগ্ৰেছ মন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যোৎ সিং সিদ্ধুৰ প্ৰাক্তন বিধায়িকা পত্নী নৱজ্যোৎ কৌৰ সিদ্ধুৱে এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে চণ্ডীগড় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছিল। কিন্তু দলে তেওঁক প্ৰাৰ্থীত্ব প্ৰদান নকৰি তেওঁৰ পৰিৱৰ্তে প্ৰাক্তন ৰেলমন্ত্ৰী পৱন কুমাৰ বাঞ্চালক সমষ্টিটোত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰে। বাঞ্চাল চাৰিবাৰকৈ লোকসভালৈ নিৰ্ব্বাচিত হৈছে । এনেদৰে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ সম্প্ৰতি হতাশ হৈ পৰিছে সিদ্ধু। চণ্ডীগড় সমষ্টিত এইবাৰ কংগ্ৰেছৰ জেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনীষ তিৱাৰীয়েও প্ৰাৰ্থিত্ব বিচাৰিছিল। তেৱোঁ প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত হতাশ হ’ব লগীয়া হ’ল।চণ্ডীগড়ক কংগ্ৰেছে শক্তিশালী দুৰ্গৰূপে বিবেচনা কৰি আছে । অৱশ্যে 2014ত সষ্টিটোত জয়লাভ কৰে বিজেপিৰ কিৰণ খেৰে। আনহাতে, প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ নৱজ্যোৎ কৌৰে হতাশাৰে কয়, ঠিক আছে বাৰু । এই দলে কেনেকৈ কাম কৰে দেখা গ’ল।’
কংগ্ৰেছৰ প্ৰাৰ্থীত্ব নাপাই হতাশ নৱজ্যোৎ কৌৰ সিদ্ধু
-
By publisher

Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026