যোৰহাট: বিষাক্ত কাঠফুলা সেৱন কৰি ৫জন শ্ৰমিক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হব লগা সৃষ্টি কৰিছে৷ মৰিয়নিৰ মুৰমুৰিয়াত নিৰ্মীয়মান ৰাস্তাৰ শ্ৰমিক ৰূপে কৰ্মৰত শ্ৰমিক কেইজনে কালি কাঠফুলা ভক্ষণ কৰে আৰু বিষক্রিয়া হৈ চিকিৎসাধীন হব লগা হয়। শ্ৰমিক কেইজনে হৈছে শিৱসাগৰ জিলাৰ থাওৰাৰ বিশ্বনাথ নায়ক, বিপুল চাওৰা, মন্টু ৰাজগঁড়, সঞ্জীব নায়ক আৰু ন ন মাঝি। সাম্প্ৰতিক আটাইকেজন বিপদ মুক্ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিছে।
বিষাক্ত কাঠফুলা ভক্ষণ কৰি ৫ শ্রমিক চিকিৎসাধীন
-
By publisher
- Categories: News
Related Content
CM attends the National Day of Bhutan: ভূটানৰ ৰাষ্ট্ৰীয় দিৱসত ৰাজ অতিথি সপত্নীক মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
By
publisher
December 17, 2024
One Nation, One Election' Bill introduced in Loksabha :লোকসভাত উত্থাপন হ'ল 'এক দেশ, এক নিৰ্বাচন' বিধেয়ক
By
publisher
December 17, 2024
Assam State TMC:২৬ৰ বিধানসভা নির্বাচনত ৰাজ্যৰ আটাইকেইটা সমষ্টিতে প্রার্থী দিব তৃণমূল কংগ্ৰেছে
By
publisher
December 16, 2024
Jal Jeevan Mission :শ শ কোটি টকা কাৰ জেপত সোমাল ?
By
publisher
December 16, 2024
ঘগ্ৰাপাৰ শংকৰদেৱ শিশু নিকেতনত ৩১ সংখ্যক বাৰ্ষিক নিকেতন সপ্তাহৰ সামৰণি
By
publisher
December 16, 2024
NEMSU press release: চৰকাৰে দাবী পূৰণ কৰিবনে ?
By
publisher
December 16, 2024