ওদালগুৰিত ৪০ কিল’গ্ৰাম গাঞ্জা জব্দ

j

ওদালগুৰি চহৰৰ মাজমজিয়াত থকা ওদালগুৰি ৰেল ষ্টেচনৰ সমীপত আৰক্ষীয়ে জব্দ কৰে ৪০ কিল’গ্ৰাম গাঞ্জা। আৰক্ষীয়ে অভিযান চলাই ষ্টেচনৰ সমীপৱৰ্তী শিৱ মন্দিৰৰ সন্মুখৰ পৰা এখন বাহনৰ পৰা গাঞ্জাখিনি জব্দ কৰে। লগতে আৰক্ষীয়ে এএছ০১জেচি০৭২৩ নম্বৰৰ ছুইফ্ট বাহনখনৰ সৈতে বিকি খাকলাৰী আৰু এজনী যুৱতীক আটক কৰে। জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা ।

ADVERTISEMENT
Exit mobile version