বলিউদৰ মোহময়ী অভিনেত্ৰী নাগমা মুৰাজী আজি সন্ধিয়া সোণাপুৰত উপস্থিত হৈ কংগ্ৰেছ কৰ্মী সকলৰ লগত এক চমূ ভাৱ বিনিময় সভাত অংশ গ্ৰহন কৰে। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ কংগ্ৰেছ প্ৰাৰ্থী সকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে অসমত উপস্থিত হোৱা বলিউদৰ মোহময়ী অভিনেত্ৰী তথা ভাৰতীয় মহিলা কংগ্ৰেছৰ সাধাৰন সম্পাদিকা নাগমাই আজি দিনৰ ভাগত কলিয়াবৰ লোক সভা সমষ্টীৰ অন্তৰ্গত বিভিন্ন ঠাইত কংগ্ৰেছ প্ৰাৰ্থী সকলৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অন্তত সন্ধিয়া ৬-৩০বজাত সোণাপুৰৰ ৰাজীৱ ভৱনত উপস্থিত হৈ ডিমৰীয়া ব্লক কংগ্ৰেছৰ কৰ্মী সকলৰ লগত এক চমূ ভাৱ বিনীময় অনুস্থানত অংশ গ্ৰহন কৰে আৰু উক্ত অনুস্থানতে দিশপুৰ যুৱ কংগ্ৰেছৰ লগতে ডিমৰীয়া যুৱ কংগ্ৰেছ, ডিমৰীয়া ব্লক কংগ্ৰেছৰ কৰ্মী সকলে অভিনেত্ৰী গৰাকীক সম্ধৰ্ধনা জ্ঞাপন কৰে।
সোণাপুৰৰ ৰাজীৱ ভৱনত অভিনেত্ৰী নাগমা
-
By publisher

ADVERTISEMENT
- Categories: Loksabha Election, News
Related Content
ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
By
publisher
May 14, 2025
ড্র'ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’!
By
publisher
May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
By
publisher
May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
By
publisher
May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
By
publisher
May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স'তে বাৰ্তালাপ
By
publisher
May 14, 2025