হাওৰাঘাট : বুধবাৰে সন্ধিয়া কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত এটা শক্তিশালী গ্ৰেণেড বিস্ফোৰণ হয় ৷ কাইলৈ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বুধবাৰে হোৱা গ্ৰেনেড বিস্ফোৰণে সৰ্বত্ৰ ভয় শংকাৰ সৃষ্টি কৰিছে ৷ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত গ্ৰেনেডটো কোনোৱে পেলাই থৈ যোৱাৰ লগে লগে প্ৰচণ্ড শব্দ কৰি গ্ৰেনেডটো বিস্ফোৰণ হয় ৷ প্ৰায় এক কিমি দুৰলৈ বিস্ফোৰিত গ্ৰেনেডৰ শব্দই বকলীয়াঘাট নগৰ কঁপাই যায় ৷ বিস্ফোৰণত ব্যৱসায়ী অনিল গুপ্তাৰ বাসভৱনৰ বাঁহৰ বেৰ, টিনৰ গেটৰ লগতে এখন মিনি ট্ৰাকৰ (AS 02 E 4103 নম্বৰৰ) সন্মুখৰ আইনা প্ৰায় বিধ্বস্থ হয় ৷ এই বিস্ফোৰণত কোন জড়িত এতিয়াও নিশ্চিত হোৱা নাই ৷
বকলীয়াঘাটত গ্ৰেণেড বিস্ফোৰণ
-
By publisher

- Categories: News
Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026