লোকসভা নিৰ্বাচনত অভূতপূর্ব আৰু চমকপ্ৰদ ফলাফলৰ দাবী হিমন্ত বিশ্বৰ

আজি অসমীয়া বিজেপি বাৰ্তা আলোচনী মুকলি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। অনুষ্ঠানত মন্ত্ৰৰী হিমন্ত বিশ্ব শৰ্মাই কয়,”লোকসভা নিৰ্বাচনত অভূতপূর্ব আৰু চমকপ্ৰদ ফলাফল

লাভ কৰিব বিজেপি দলে” ।

ADVERTISEMENT
Exit mobile version