নতুন আঞ্চলিক দল গঠনৰ ঘোষণা উপমন্যু হাজৰিকাৰ

নতুন আঞ্চলিক দল গঠনৰ ঘোষণা কৰিছে অধিবক্তা উপমন্যু হাজৰিকাই। আজি এক সাংবাদমেলত তেওঁ এই কথা ঘোষণা কৰি কয় যে দলটোৰ নাম মে বা জুন মাহত ঘোষণা কৰা হব।২০২১ ৰ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিটো সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব দিয়া হব। দলৰ লক্ষ্য হব খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা

ADVERTISEMENT
Exit mobile version