BIG BREAKING#আজি ঘোষণা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল// প্ৰথম স্থান বিহপুৰীয়াৰ মেঘাশ্ৰী বৰা

IMG 20190515 WA0016

 

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰে বিহপুৰীয়াৰ মেঘাশ্ৰী বৰা ৷ নাৰায়ণপুৰ শংকৰদেৱ শিশু বিদ্যানিকেতনৰ ছাত্ৰী মেঘাশ্ৰী প্ৰয়াত গকুল চন্দ্ৰ বৰা আৰু নাওবৈছা কনিষ্ঠ মহাবিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী বন্তি কুমাৰি বৰাৰ কনিষ্ঠ সন্তান মেঘাশ্ৰী বৰা ৷ পিতৃ আছিল সেনাৰ চিকিৎসক। মেঘাশ্ৰী বৰাই মুঠ ৫৯৪ নম্বৰ লাভ কৰিছে।

Exit mobile version