তামিলনাডুৰ বিশ্ববিদ্যালয়ৰ প্ৰবক্তা এছ ছিলভাকুমাৰ। স্বচ্ছ ,সুস্থ, সেউজীয়া ভাৰত নিৰ্মাণৰ ক্ষেত্রত সজাগতা সৃষ্টিৰে দেশজুৰি ১,২৫০০০ কিলোমিটাৰ অতিক্ৰম কৰাৰ লক্ষ্য। তিনি মেত, চেন্নাইৰ পৰা যাত্ৰা আৰম্ভ কৰা ছিলভাকুমাৰে ইতিমধ্যে অতিক্ৰম কৰিলে ৬৪০০ কিলোমিটাৰ।

ADVERTISEMENT
Exit mobile version