বঙাইগাঁও : চিৰাং জিলাৰ বিজনী মহকুমাৰ বিজনী থানাৰ অন্তৰ্গত দুই নম্বৰ চটো লাউগাঁৱত আজি উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ সাপ ৷ গাঁওখনৰ সঞ্জীৱ দাস নামৰ লোক জনৰ ঘৰৰ পাচফালৰ বাৰীৰ বাঁহত উদ্ধাৰ হয় অজগৰ ৷ লোকজনে দুপৰীয়া বাঁহ কাটিব যোৱাৰ পাছতে প্ৰত্যৰ কৰে প্ৰকাণ্ড অজগৰৰ ৷ পাছত স্থানীয লোকে বন বিভাগৰ লোক আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক খবৰ দিয়ে যদিও বন বিভাগৰ লোক পলমকৈ অহাত গাঁওখনৰ যুৱক সমীৰণ দাসে অজগৰ ডাল ধৰি বস্তাত ভৰায় ৷ পাছলৈ বন বিভাগে অজগৰ সাপডাল উদ্ধাৰ কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়াৰ ব্যৱস্থা কৰে ৷ উদ্ধাৰ হোৱা অজগৰডাল আঠ ফুট দীঘল ৷
চিৰাঙৰ বিজনীত অজগৰ সাপ উদ্ধাৰ
-
By publisher

- Categories: News
Related Content
দেশত লিংগ অনুপাতত উন্নতি: কন্যাশিশুৰ সংখ্যা বৃদ্ধি
By
publisher
May 2, 2026
সহায় নাপাই ক্ষোভিত আমেৰিকা! নেটোৰ পৰা সেনা উভতাই ট্ৰাম্পৰ নতুন কৌশল
By
publisher
May 2, 2026
আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট
By
publisher
May 2, 2026
Bijni Murder:বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক ঘপিয়াই হত্যা স্বামীৰ
By
publisher
May 2, 2026
Fast Track Court:শনিবাৰে সাময়িকভাৱে বন্ধ থাকিব ফাৰ্ষ্টট্ৰেক আদালতৰ কাম-কাজ
By
publisher
May 2, 2026