খেৰণি:—হাতী-মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙৰ নৱাইবিলত। খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৫ নম্বৰ নৱাইবিল গাওঁত বনৰীয়া হাতীৰ গচকত মৃত্যু হয় ৰাজকিশোৰ চৌহান (৩৫) নামৰ লোক এজনৰ। নিশা হাতী খেদিবলৈ ঘৰৰ পৰা ওলাই যোৱা অৱস্থাত অকলশৰীয়াকৈ অহা এটা হাতীয়ে আক্ৰমণ কৰে চৌহানক। উল্লেখযোগ্য খেতি আৰু দিন হাজিৰা কৰা এটা দৰিদ্ৰ পৰিয়ালৰ লোক আছিল ৰাজকিশোৰ চৌহান। ইতিমধ্যে ঘটনাৰ খৱৰ লাভ কৰি পুৱা ঘটনাস্থলীলৈ ৰাওনা হৈছে বন বিভাগৰ এটা দল। গুৰুত্বপূৰ্ণ যে বিগত কিছুদিনৰ পৰা বনৰীয়া হাতীয়ে উপদ্ৰপ চলাই আহিছে বৃহত্তৰ নৱাইবিল অঞ্চলত। হাতীৰ তাণ্ডৱত উজাগৰে থাকিবলগীয়া হয় অঞ্চলটোৰ অঞ্চলবাসী। বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী গাওঁবাসীৰ।
হাতী-মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙৰ নৱাইবিলত:বনৰীয়া হাতীৰ গচকত মৃত্যু এজনৰ
-
By publisher

- Categories: Uncategorized
Related Content
Maha Kumbh Bathing:কুম্ভত মহিলাসকলৰ গা ধোৱা আৰু কাপোৰ সলোৱা ভিডিঅ' বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজন
By
publisher
February 22, 2025
Punjab :পঞ্জাৱক বদনাম কৰাৰ চেষ্টা !
By
publisher
February 15, 2025
ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ প্ৰথম পদক্ষেপ ! তেল আমদানিত বাধা আৰোপ
By
publisher
February 8, 2025
বুধবাৰে আমেৰিকালৈ ৰাওনা হ'ব নৰেন্দ্র মোদী !
By
publisher
February 8, 2025
ভাৰতৰ ওপৰত মাৰ্কিন চাপ বৃদ্ধিৰ শংকা
By
publisher
February 6, 2025
Delhi:‘ন্যূনতম সা-সুবিধা নাই দিল্লীত, বহিঃৰাজ্যলৈ গৈ লাজত পৰিব লগা হয় : বৈদেশিক মন্ত্ৰী
By
publisher
February 2, 2025