দুলীয়াজান: গোপন সূত্ৰৰ ভিত্তিত আবকাৰী বিভাগৰ ডিব্ৰুগড়ৰ এটি দলে অভিযান চলাই কালি নিশা দুলীয়াজান ৰেলৱে ষ্টেশ্ব্নৰ সমীপৰ পৰা ১০০ বস্তাকৈ অধিক লালীগুড় জব্দ কৰিলে ।আবকাৰী বিভাগৰ অধ্যক্ষ অজয় বায়নে সাংবাদিকক সদৰী কৰা অনুসৰি, লামডিং-তিনিচুকীয়া যাত্ৰীবাহী ৰেলখনত এটি অসাধু চক্ৰই বিভিন্ন ঠাইত লালীগুড় নমাই অহাৰ লগতে দুলীয়াজানত নমাব বুলি খবৰ পাই তেওঁলোকে দুলীয়াজানৰ ৰেলৱে ষ্টেশ্ব্নত খাপ পিটি আছিল ।লালীগুড়খিনি নমোৱাৰ পাছ্ত এজন লোকে ডিব্ৰুগড়লৈ গাড়ীত নিবলৈ চেষ্টা কৰোতেই এজন লোকক সন্দেহ্ত আটক কৰিছে ।
দুলীয়াজানত আবকাৰী বিভাগে জব্দ কৰিলে ১০০ টকৈ অধিক বস্তা লালী গুড়ঃ সন্দেহ্ত এজনক আটক
-
By publisher
- Categories: Uncategorized
Related Content
SAIF ALI KHAN : বলীউড অভিনেতা ছেইফ আলী খানক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ
By
publisher
January 16, 2025
Paresh Barua:হ্ৰাস পালে পৰেশ বৰুৱাৰ শাস্তি
By
publisher
January 15, 2025
Majuli :মাজুলীত প্ৰচণ্ড শিলা বৃষ্টি
By
publisher
January 7, 2025
Forgot your Facebook password? ফে'চবুকৰ পাছৱৰ্ড পাহৰিলে নেকি ?
By
publisher
January 4, 2025
গাহৰি আৰু লাই শাকৰ জুতি কাৰ নো প্ৰিয় নহয়... লাই শাক কিয় খাব লাগে জানেনে ?
By
publisher
December 21, 2024
Ghagrapar Incident:বন্যহস্তীৰ আক্ৰমণত আহত হৈ নলবাৰীৰ গোবিন্দপুৰ গাঁৱৰ এজন যুৱকৰ মৃত্যুৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
By
publisher
December 19, 2024