বৰপেটা : জনীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে আজি মনোনয়ন দাখিল কৰিলে বিজেপি নেতা তথা জনপ্ৰিয় অভিনেতা তৌফিক ৰহমান ওৰফে তৌফিকুৰ ৰহমানে ৷ভ্ৰাম্যমানৰ অভিনেতা হিচাপে সমগ্ৰ ৰাজ্যখনতে জনপ্ৰিয় তৌফিক ৰহমানে আজি মনোনয়ন দাখিলৰ পূৰ্বে সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত তেওৰ মুখত উচ্ছাৰিত হল নাটকীয় সংলাপ ৷ মনোনয়ন দাখিলৰ পূৰ্বে তৌফিক ৰহমানে কলে- আজিৰ পৰা আৰম্ভ হ’ল যুদ্ধ ৷ এই যুদ্ধত আমি জয়ী হম ৷ যুদ্ধ হব, তামাম যুদ্ধ হব ৷ কিন্তু যুদ্ধত নমাৰ পূৰ্বেই শত্ৰুপক্ষক কটাক্ষ কৰি বিজেপি প্ৰাৰ্থীগৰাকীয়ে শত্ৰুপক্ষ বৰ দূৰ্বল বুলি মনিতব্য কপাৰ লগতে নিজকে অধিক শক্তিশালী বুলিও দাবী কৰে ৷ তেওলোকৰ লগত যুঁজি মজা নালাগিব বুলিও মন্তব্য কৰে তৌফিকুৰ ৰহমানে ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী চুচৰি থকা বুলি কোৱাৰ লগতে এআইইউডিএফৰ এটা শকিতিশালী পক্ষই বিদেপিত যোগদান কৰাৰ কথা উল্লেখ কৰি বিজেপিক কোনোৱে বলে নোৱাৰিব বুলিও দাবী কৰে জনীয়াৰ বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানে ৷
বৰপেটাত জনীয়া সমষ্টিৰ উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ মনোনয়ন দাখিল
-
By publisher

Towfiqur Rahman bjp Candidate filling nomination for bye elections of Jania LAC infront of DC at Barpeta DC office on 30-09-19. pix by ub photos
ADVERTISEMENT
Related Content
আকৌ দেশৰ বাবে শ্বহীদ হ'ল এজন জোৱান
By
publisher
May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ
By
publisher
May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
By
publisher
May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
By
publisher
May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
By
publisher
May 9, 2025