এগৰাকী চিকিৎসক ।নাম চিফা এম মহম্মদ ।সকলো চিকিৎসকৰ দৰেই চিফায়েও নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি গৈছে ।।যোৱা ২৯মাৰ্চত আছিল চিফাৰ বিয়াৰ দিন ।কিন্তু ২৯মাৰ্চত বিয়াত নবহিল চিফা ।এফালে নিজৰ কৰ্তব্য আৰু আনফালে দায়িত্ব।ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যুৱতী চিকিৎসক গৰাকীয়ে নিজৰ বিবাহ স্থগিত ৰাখি এই ভাইৰাছত আক্ৰান্ত লোকৰ সেৱাত নিজক নিয়োগ কৰিলে ।চিফাৰ এই সিদ্ধান্তক তেওঁৰ ভাৱী স্বামী আৰু স্বামীৰ পৰিয়ালেও সমৰ্থন কৰিছিল ।ডাঃ চিফাই প্ৰতিদিনে ক’ৰনাত সংক্ৰমিত হোৱা ৰোগীৰ চিকিৎসাত নিজকে ব্যস্ত ৰাখিছে ।
ক’ৰনা আক্ৰান্তৰ চিকিৎসাৰ বাবেই নিজৰ বিয়া পিছুৱালে চিকিৎসকগৰাকীয়ে
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM CORONA VIRUSCovid-19INDIA FIGHTS CORONAKerala
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025