বিশ্বব্যাপী ত্ৰাস সৃষ্টিকাৰী ক’ভিড-১৯ ভাইৰাছ সংক্ৰমণৰ পৰা অসমৰ জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে সাম্ভাব্য সকলো পদক্ষেপ গ্ৰহণ কৰা সামান্তালভাৱে চৰকাৰে এই প্ৰতিকূল ক্ষণত বিভিন্ন জনৰ পৰা পাৰ্যমানে এধানি সহায়ৰ হাত আহ্বান জনোৱাৰ পাছত ৰাজ্যৰ গাও- চহৰকে প্ৰমুখ্যে কৰি বহি:ৰাজ্য, বিদেশত বসবাস কৰা মুঠ ৭১২৩ গৰাকী লোকে (শনিবাৰলৈকে) আৰ্থিক সাহাৰ্য্য আগবঢ়াই চৰকাৰৰ পদক্ষেপ সমূহক অধিক সবল কৰি তুলিছে ৷ জনসাধাৰণলৈ চৰকাৰে আগবঢ়োৱা এই পদক্ষেবোৰলৈ ‘অসম আৰোগ্য নিধি’ৰ বেংক একাউণ্টত জৰিয়তে এইসকল ব্যক্তিয়ে আৰ্থিক বৰঙণি প্ৰদান ক’ভিড-১৯ ৰ বিৰুদ্ধে চলি থকা যুজঁ খনত সমভাগি হৈছে | উল্লেখ্য য ১০ দিন পূৰ্বে ৰাজ্য চৰকাৰে অসম আৰোগ্য নিধি আঁচনিৰ জৰিয়তে বেংক একাউন্ট প্ৰকাশ কৰাৰ পাছত শনিবাৰৰ দুপৰীয়া পৰ্যন্ত প্ৰায় ১৫ কোটি টকাৰ জমা হৈছে বুলি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে | তেওঁ কয়, ‘বৰ্তমানলৈকে ৭১২৩ গৰাকী সদাশয় ব্যক্তিয়ে আৰ্থিক সাহাৰ্য্যৰে সহায়ৰ হাত আগবঢ়াইছে | এই সদাশয় ব্যক্তিৰ ওচৰত আমি চিৰ কৃতজ্ঞ।”
১০ দিনত অসম আৰোগ্য নিধিত ১৫ কোটি টকা জমা :ক’ভিড-১৯ৰ বিৰুদ্ধে যুজঁ দিবলৈ বৰ্তমানলৈ ৭১২৩ গৰাকী লোকৰ বৰঙণি
-
By publisher

ADVERTISEMENT
- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONAVIRUSHimanta Biswa Sarma
Related Content
মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে !
By
publisher
May 12, 2025
Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ
By
publisher
May 12, 2025
Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ
By
publisher
May 12, 2025
পুনৰ আৰম্ভ কৰা হৈছে দেশৰ ৩২টা বিমানবন্দৰ !
By
publisher
May 12, 2025
প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ?
By
publisher
May 12, 2025