ক’ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৪মাৰ্চৰ পৰা দেশত ২১ দিনৰ তলা বন্ধৰ পদক্ষেপ গ্ৰহণ নকৰা হ’লে ভাৰতৰ পৰিস্থিতি ইটালীৰ লেখীয়া ভয়াবহ হ’লহেতেন ।ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিছাৰ্ছৰ এক প্ৰতিবেদনত তলাবন্ধৰ প্ৰভাৱৰ সন্দৰ্ভত এই তথ্য প্ৰকাশ পাইছে।আই চি এম আৰে এই প্ৰতিবেদনত কয় যে ভাৰতত প্ৰতিজন ক’ৰনা সংক্ৰমিত লোকে তলা বন্ধ অবিহনে এমাহত গড়ে ৪০৬জন লোকক সংক্ৰমিত কৰিলেহেঁতেন আৰু এইদৰে দেশত অহা ১৫ এপ্ৰিললৈকে ৮.২০লাখ লোক এই ভাইৰাছত আক্ৰান্ত হলহেঁতেন।কিন্তু প্ৰধানমন্ত্ৰীৰ তৎপৰতাত ২১ দিনীয়া তলা বন্ধ ঘোষণা কৰাত এজন ক’ৰনা সংক্ৰমিত লোকৰ জৰিয়তে ২.৫ জন লোক সংক্ৰমিত হোৱাত ভাৰতত ক’ৰনাই ইটালীৰ দৰে ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ সক্ষম নহ’ল।তলাবন্ধৰ জৰিয়তে ভাৰতত ক’ৰনাৰ সংক্ৰমণৰ হাৰ যথেষ্ট নিয়ন্ত্ৰিত হ’ল বুলিও আই চি এম আৰে এই সমীক্ষাত দাবী কৰিছে ।
তলাবন্ধই ৰক্ষা কৰিলে ভাৰতক:অন্যথা সংক্ৰমিত হ’লহেতেন ৮.২০লাখ
-
By publisher

- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGAINST CORONAindia
Related Content
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
By
Editor
April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
By
publisher
April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ'ব সামাজিক মাধ্যম
By
publisher
April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
By
publisher
April 25, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত
By
publisher
April 25, 2026
Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ'ব সৰ্বোচ্চ ন্যায়ালয়ত
By
publisher
April 25, 2026