কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ চৰকাৰে ঘোষণা কৰা তলাবন্ধৰ কাৰণে ৰাজ্যবাসীৰ লগতে বহিঃৰাজ্যত থকা লোকসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে ।চিৰাং জিলাৰ পৰা তামিলনাডুৰ চেন্নাইৰ কাঞ্চিপুৰম জিলাৰ বালাপুৰামত কোম্পানীৰ কাম কৰিবলৈ গৈ আৱদ্ধ হৈ আছে ২৪ জন লোক ৷তলাবন্ধৰ কাৰণে ২৪ মাৰ্চৰ পৰা আৱদ্ধ হৈ থাকিও তেওঁলোকে চৰকাৰৰ পৰা কোনো সহায় নোপোৱাত সম্প্ৰতি লোকসকলৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে সাচতীয়া সকলো ধন শেষ হোৱাৰ কাৰণে বিগত সময়ত অনাহাৰে থকা এই শ্ৰমিকসকলে কেন্দ্ৰ,অসম আৰু তামিলনাডু চৰকাৰৰ ওচৰত সহায়ৰ কাৰণে আবেদন জনাইছে। শ্ৰমিক কেইজনক ৯০২৫২১১৬৩৪ আৰু ৬৩৮০৮৪২৯৫৮ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷
প্ৰসংগঃকৰ’না ভাইৰাছ
-
By publisher

- Categories: COVID-19, News
- Tags: AssamASSAM CORONA VIRUSAssam GovernmentCovid-19INDIA FIGHTS CORONA
Related Content
ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে
By
publisher
March 11, 2026
১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
By
publisher
March 11, 2026
Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক
By
publisher
March 11, 2026
বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি
By
publisher
March 11, 2026
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
By
publisher
March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
By
publisher
March 11, 2026