বিহু বুলিলে ডেকা-বুঢ়া সকলোৰে গা-মন ৰাই-জাই কৰে | কিন্তু এইবাৰৰ পৰিৱেশ কিছু সুকীয়া | কাৰণ বৰ্তমান পৃথিৱীৰ অসুখ | এই সময়ত সকলোৰে নিজকে সুৰক্ষিত ৰখাটো সবাতোকৈ ডাঙৰ কথা | কি ধৰণৰ সাৱধানতাৰে নিজক বচাই ৰাখিব পাৰি সেই বিষয়ত গুৰুত্ব দিয়াৰ বাহিৰে এই মূহুৰ্তত আমাৰ কোনো বিকল্প নাই | বিহু উদযাপন কৰিম অহা বছৰ | আৰু অধিক উলহ-মালহেৰে | ময়ো সোনকালেই গুৱাহাটীলৈ যাম | এইবাৰ সকলোৱে ঘৰতে পৰিয়ালৰ লগত বিহু উদযাপন কৰক | সকলোলৈ নৱবৰ্ষৰ ওলগ জনালোঁ |
অহা বছৰ উলহ-মালহেৰ উদযাপন কৰিম বিহু-জুবিন
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONAZubeen Garg
Related Content
ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে
By
publisher
March 11, 2026
১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
By
publisher
March 11, 2026
Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক
By
publisher
March 11, 2026
বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি
By
publisher
March 11, 2026
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
By
publisher
March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
By
publisher
March 11, 2026