- তলাবন্ধৰ গাইডলাইন জাৰি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
- কূষি আৰু নিৰ্ধাৰিত কাৰ্যকলাপৰ ক্ষেত্ৰত শিথিলতা:২০ এপ্ৰিলৰ পাছত
- যিসমুহ অঞ্চল ক’ভিড -১৯ হটস্পট ৰূপে চিহ্নিত কৰা নাই তেনে অঞ্চলত কৃষিকাৰ্য, কৃষিজাত সামগ্ৰী ক্ৰয় আৰু নিৰ্ধাৰিত মাণ্ডিৰ জৰিয়তে কৃষি মাৰ্কেটিং আৰু প্ৰত্যক্ষ আৰু বিকেন্দ্ৰীকৃত মাৰ্কেটিঙত অনুমোদন জনোৱা হব।
- তথ্য প্ৰযুক্তি, ই কমাৰ্ছ আৰু আন্তঃৰাজ্যিক পৰিবহনৰ ক্ষেত্ৰত শিথিলতা।
গাখীৰৰ যোগান, দুগ্ধজাত সামগ্ৰী, হাঁহ- কুকুৰা আৰু পশুপালন। - চাহ, কফি আৰু ৰবৰৰ খেতিবাতি।