বিশ্বজুৰি ক’ভিড১৯ ৰ বিভীষিকা

israel

CORONAVIRUS

বিশ্বজুৰি ক’ভিড১৯ য়ে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ৷ এই পৰ্যন্ত সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছত এই পৰ্যন্ত ২,৩৩১,০৯৯ জন লোক আক্ৰান্ত হৈছে ৷মৃত্যু হৈছে ১,৬০,৯৫২ জন ৷আনহাতে কৰ’না ভাইৰাছত সুস্থ হৈ উঠিছে ৫,৯৮,৫৮৪৷
* স্পেইনত দুসপ্তাহলৈ তলাবন্ধ বৃদ্ধি কৰিলে ৷কিন্তু শিশুৰ কাৰণে তলাবন্ধ শিথিল কৰা হ’ব কিছুমান নীতি নিয়ম ৷
*কৰ’না ভাইৰাছৰ কাৰণে তলাবন্ধ দিয়া ইজৰাইলত সম্প্ৰতি পুনৰ পূৰ্বৰ পৰিস্থিতিলৈ ঘূৰি আহিছে ৷লগতে দোকান আৰু সামাজিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে ইজৰাইল চৰকাৰে ৷
*ইফালে ভাৰতত এই পৰ্যন্ত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১৬,১৩২ জন আৰু মৃত্যু হৈছে ৫২৮ জন ৷আনহাতে সুস্থ হৈছে ২৫১১ জন ৷
Exit mobile version