কামৰূপ জিলা প্ৰশাসনৰ স’তে আমিনগাঁওত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

FB IMG 1587377504014

বিশ্বৰ মানৱ সভ্যতালৈ বিভীষিকা কঢ়িয়াই অনা ক’ভিড-১৯ ভাইৰাছ নিয়ন্ত্ৰণৰ বাবে কামৰূপ জিলা প্ৰশাসনে লোৱা প্ৰস্তুতিৰ বিষয়ে সোমবাৰে দুপৰীয়া আমিনগাঁৱতৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এক পৰ্যালোচনা বৈঠকত অংশ লয় |

ADVERTISEMENT

কৰ’না সজাগতা সন্দৰ্ভত মুখ্যমন্ত্ৰীজনে কয়, “প্ৰতিদিনেই ক’ভিড-১৯ৰ বিৰুদ্ধে আমি নতুন উদ্যমেৰে যুঁজি আহিছোঁ আৰু এই যুঁজত প্ৰতিখন জিলাই নিজৰ সৰ্বস্ব উজাৰি ৰাইজৰ সুৰক্ষাৰ বাবে কাম কৰি আছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমি এনে এক অৱস্থাত উপনীত হৈছোঁ, য’ৰপৰা জয়ৰ দিশে আমি অগ্ৰসৰ হ’ব পাৰিম।”

Exit mobile version