ইছলাম ধৰ্মাৱলম্বী চৰকাৰী কৰ্মচাৰীসকলে আগন্তুক ৰমজান মাহৰ সময়ছোৱাত কাৰ্যালয় ছুটীৰ নিৰ্ধাৰিত সময়তকৈ আগত অৰ্থাৎ আবেলি ৪.৩০ বজাত কাৰ্যালয় এৰিব পাৰিব। অৱশ্যে তেওঁলোকে চৰকাৰী কাৰ্যালয় খোলাৰ নিৰ্ধাৰিত সময়তকৈ আধা ঘণ্টা পূৰ্বে অৰ্থাৎ ৯ বজাত উপস্থিত হ’ব লাগিব। উল্লেখ্য যে অহা ২৪ এপ্ৰিলৰ পৰা ৰমজান মাহ আৰম্ভ হ’ব।
ৰমজান উপলক্ষে চৰকাৰী কাৰ্যালয়ৰ সময়সূচী পৰিৱৰ্তন
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM CORONA VIRUSCorona VirusCovid-19INDIA FIGHTS CORONA
Related Content
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
By
publisher
March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
By
publisher
March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
By
publisher
March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026