ৰাজ্য চৰকাৰৰ নতুন সিদ্ধান্তসমূহ

Pranab2

■ ২৫ এপ্ৰিলৰ পৰা তিনিদিনৰ বাবে আন্তঃ জিলা চলাচলত চৰ্তসাপেক্ষে অনুমতি।

■ ৰোগী, জ্যেষ্ঠ নাগৰিক, মহিলা, ছাত্ৰ-ছাত্ৰীক অগ্ৰাধিকাৰ।

■ শ্রমিকসকলৰ যাতায়তৰ বাবে যান বাহন ভাড়াত ল’ব পাৰিব ঠিকাদাৰে।

■ ই-মেইল, হোৱাটছএপৰ জৰিয়তেহে অনুমতি লোৱাৰ সুবিধা।

■ ব্যক্তিগত বিদ্যালয়ক ছাত্ৰ-ছাত্ৰীৰ এমাহৰ মুঠ মাচুলৰ ৫০ শতাংশ ৰেহাই দিয়াৰ নিৰ্দেশ।

■ তলাবন্ধৰ সময়ছোৱাত শিক্ষক কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰিব নোৱাৰিব ব্যক্তিগত শিক্ষানুষ্ঠানে।

■ নিৰ্দেশনা উলংঘা কৰা ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ব্যৱস্থা।

■ পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পর্যন্ত মাচুল বৃদ্ধি কৰিব নোৱাৰিব ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে।

■ চলিত শিক্ষাবর্ষত গৰম বন্ধত, ঘোষিত বন্ধ, শনিবৰীয়া অৰ্ধছুটী হ্রাসৰ চিন্তা-চৰ্চা।

Exit mobile version