দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ ৰমজান মাহৰ আৰম্ভণি উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷ এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰমজান মোবাৰক ! মই প্ৰত্যেকৰে সুৰক্ষা, কল্যান আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছো৷ এই পবিত্ৰ মাহে দয়া, সংহতি আৰু ধৈৰ্যৰ প্ৰাচুৰ্যতা বৃদ্ধি কৰক৷ আমি যেন চলিত ক’ভিড-১৯ৰ যুঁজত এক নিৰ্ণায়ক বিজয় সাব্যস্ত কৰাৰ লগতে এখন সুস্থ পৃথিৱী গঢ় দিব পাৰো তাকে কামনা কৰিলো৷”
পবিত্ৰ ৰমজান মাহৰ আৰম্ভণি উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ : মই প্ৰত্যেকৰে সুৰক্ষা, কল্যান আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছো
-
By publisher

- Categories: COVID-19, News
- Tags: Corona VirusCovid-19INDIA FIGHTS CORONA VIRUSNarendra ModiWORLD FIGHTS CORONAVIRUS
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025