দেশত অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ মাজতে দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৩০ কোটি ভাৰতীয়ক “মন কি বাত”ৰ জৰিয়তে সম্বোধন কৰি ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ বাবে সকলোৱে একেলগে যুঁজ অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে। তেওঁ এই দুৰ্যোগৰ সময়ত কৃষকে নিজৰ খেতিৰ সামগ্ৰী দৰিদ্ৰজনক বিতৰণৰ সামান্তৰালভাৱে বহু লোকে নিজক কামৰ দ্বাৰা লাভ কৰা পুৰস্কাৰ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিত দান কৰিছে বুলি মত ব্যক্ত কৰে| এই ‘মন কি বাত’ অনুষ্ঠানৰ শেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই অনুষ্ঠানৰ জৰিয়তে ক’ভিড-১৯ প্ৰতিৰোধী যুঁজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সন্মুখৰপৰা দিয়া নেতৃত্ব আৰু তেখেতে দেখুওৱা দূৰদৰ্শিতা পুনৰবাৰ সবল ৰূপত প্ৰতিফলিত হ’ল |
“মন কি বাত”ৰ জৰিয়তে ১৩০ কোটি ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ
-
By publisher

- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGAINST CORONAINDIA FIGHTS CORONAMANNKIBAATNarendra ModiSTAY HOME STAY SAFE
Related Content
বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
By
publisher
April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
By
publisher
April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
By
publisher
April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
By
publisher
April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026