হেপী বাৰ্থডে অনুস্কা শৰ্মা 

আজি বলীউডৰ অভিনেত্ৰী অনুস্কা শৰ্মাৰ জন্মদিন ৷ গতিকে জন্ম দিনত অভিনেত্ৰী অনুস্কালৈ অনেক শুভকামনা ৷ ১৯৮৮ ৰ  ১ মে’ত অৰ্থাৎ আজি উত্তৰ প্ৰদেশৰ অযোধ্যাত জন্ম গ্ৰহণ কৰিছিল বলীউডৰ অভিনেত্ৰী অনুস্কা শৰ্মাই ৷ বেংগালুৰুত ডাঙৰ হোৱা অনুস্কাই আৰ্মী স্কুল আৰু মাউণ্ট কাৰ্মেল স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। বলীউডত নিজৰ অভিনয় জীৱন আৰম্ভ কৰাৰ পিছত অনুস্কাই ক্ৰিকেটাৰ বিৰাট কোহলীৰ লগত বিবাহ পাশত আৱদ্ধ হয়। দুয়োজনৰ লভ ষ্ট’ৰী কিন্তু সকলোৱে জনা নাছিল ।

ADVERTISEMENT

আহক জানো অনুস্কা আৰু বিৰাটৰ  কিছুমান উল্লেখযোগ্য দিশঃ

Exit mobile version