উত্তৰ-পূৰ্বৰ সকলো লোক দেওবাৰৰ পৰা বিনা বাধাই অসমলৈ আহিব পাৰিবঃ সংবাদেমলত ঘোষনা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

himanta 1587224358
০মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল l
০উত্তৰ-পূৰ্বৰ সকলো লোক দেওবাৰৰ পৰা বিনা বাধাই অসমলৈ আহিব পাৰিব l
০উত্তৰ-পূৰ্বৰ সকলো ৰাজ্যত আবদ্ধ হৈ  থকা  অসমৰ লোকৰ বাবে ঘূৰি অহাৰ দুৱাৰ মুকলি ।
০ প্ৰতিখন ৰাজ্য চৰকাৰক এই সংক্ৰান্তত স্পষ্ট কৰি দিছে ৰাজ্য চৰকাৰে ।
০উত্তৰ-পূৰ্বৰ ৰাজ্য পৰা অসমলৈ আহিব বিচৰা লোকসকলে কোনো অনুমতি লব নালাগে ।
০ সংশ্লিষ্ট জিলাৰ সীমাত  লোকসকলক স্বাস্থ্য পৰীক্ষা কৰা হ’ব।
০ প্ৰয়োজন সাপেক্ষে কোৱােৰণ্টাইন নাইবা হোম কোৱাৰেণ্টাইন কৰা হব ।
০ সন্ধিয়া ছয় বজাৰ ভিতৰত অসমত সোমাব লাগিব ।
 ০ছিকিম এই সেৱাত অন্তৰ্ভুক্ত নহয়।
০উত্তৰ-পূৰ্বত বাদ দি বহিঃৰাজ্যত আবদ্ধ হৈ থকা ঘৰলৈ আহিব বিচৰা লোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি ।
 ০৭৪২৮১৫৯৯৬৬ নম্বৰত এই লোকসকলক মিছ ক’ল দিবলৈ আহ্বান ।
০ এবাৰ মিছ ক’ল দিয়াৰ পাছতে ৪৮ ঘন্টাৰ ভিতৰত এটা লিংক যাব ।
০লিংকটোত বিচৰা সকলো তথ্য অন্তৰ্ভুক্ত কৰক।
Exit mobile version