দেওবাৰে পুৱাই কলিয়াবৰৰ ৰাজপথত সংঘটিত হয় এক পথ দূৰ্ঘটনা ৷ দূৰ্ঘটনাৰ ফলত পথৰ ওপৰতে বাগৰি পৰে এখন চাৰিচকীয়া বাহন ৷ যাৰফলত গুৰুতৰভাৱে আহত হৈছে গোলাঘাটৰ নলিণ চন্দ্ৰ সন্দিকৈ নামৰ ব্যক্তিজন। চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম আধৰুৱা কৰি পথৰ মাজত দি থোৱা পিলাৰত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই দূৰ্ঘটনা। কলিয়াবৰৰ দাৰিগজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাৰ পাছত সংকটজনক অৱস্থাত আহতজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় লোকে। গুৱাহাটীৰ পৰা গোলাঘাট অভিমুখে আহি থকা অৱস্থাত এ-এছ-০১- এ-জি- ১৬৮১ নম্বৰৰ এল্ট’ বাহন খন বিস্তৰ ক্ষতি হয় |
কলিয়াবৰত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা
-
By publisher

- Categories: News
- Tags: AssamRoad Accident
Related Content
Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
By
publisher
March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
By
publisher
March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
By
publisher
March 9, 2026
Rajyasabha Election Result:ঘোষণা হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
By
publisher
March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
By
publisher
March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
By
publisher
March 9, 2026