সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰা কৰ’নাৰ সংক্ৰমণৰ বাবেদেশজুৰি অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ আজি অন্তিমটো দিনত লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত অৰুণাচলৰ বিভিন্ন ঠাইত শ্ৰমিক তথা শ শ লোকে বান্দৰদেৱাত প্ৰৱেশ কৰি ভিৰ কৰে । দেশত কৰ’না ভাইৰাছৰ বাবে অব্যাহত থকা তলাবন্ধৰ বাবে তেওঁলোক কৰ্মস্থলীতে আবদ্ধ হৈ পৰে । অৰুণাচল চৰকাৰৰ নিৰ্দেশত প্ৰশাসনে চৰকাৰী সম্পূৰ্ণ নীতি নিৰ্দেশনা অনুযায়ী চৰকাৰী ব্যৱস্থাৰে অৰুণাচলত কৰ্মসূত্ৰে থকা লোকসকলক নিজ নিজ গৃহলৈ যোৱাৰ ব্যৱস্থা কৰে । অন্যহাতে অৰুণাচল চৰকাৰে হঠাৎ এনেদৰে এদিনতে শ শ লোকক যাবলৈ দিয়াত লখিমপুৰ জিলাৰ বান্দৰদেৱা আৰক্ষী বিমোৰত পৰা পৰিলক্ষিত হয় । অৱশ্য জিলা প্ৰশাসনৰ দৃঢ় পদক্ষেপৰ বাবে লোক সকলক চৰকাৰী ব্যৱস্থাৰে নিজ গৃহলৈ পঠিওৱাৰ ব্যৱস্থা কৰে ।
তলাবন্ধৰ ফলত অৰুণাচলত আবদ্ধ হৈ থকা শ শ লোকে বান্দৰদেৱা তালাচী চকীৰে লখিমপুৰত প্ৰৱেশ
-
By publisher

- Categories: COVID-19, News
- Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-10Lockdown
Related Content
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
By
publisher
March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
By
publisher
March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
By
publisher
March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026