ৰাজ্যত পুনৰ অনুভূত হ’ল ভূমিকম্প। ৰিখতাৰ স্কেলত ৩.৫ প্ৰাবল্যৰ আজি বিয়লি চাৰি বজাত অনুভূত হোৱা ভূমিকম্পৰ অভিকেন্দ্ৰ কাৰ্বিআংলং । ফলত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন জিলাত আজি জোকাৰণীৰ সৃষ্টি হয়। মহানগৰীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই নিশ্চিত কৰিছে এই তথ্য । অৱশ্যে আজি বিয়লি চাৰি বজাত অনুভূত হোৱা ভূমিকম্পৰ বাবে ৰাজ্যত ক্ষয়- ক্ষতি হোৱাৰ কোনো তথ্য পোহৰলৈ অহা নাই বুলিও জনায় বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই।
ৰাজ্যত পুনৰ অনুভূত হ’ল ৩.৫ প্ৰাবল্যৰ ভূমিকম্প
-
By publisher

- Categories: News
- Tags: AssamEarthquake
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025