ৰাজ্যত পুনৰ অনুভূত হ’ল ভূমিকম্প। ৰিখতাৰ স্কেলত ৩.৫ প্ৰাবল্যৰ আজি বিয়লি চাৰি বজাত অনুভূত হোৱা ভূমিকম্পৰ অভিকেন্দ্ৰ কাৰ্বিআংলং । ফলত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন জিলাত আজি জোকাৰণীৰ সৃষ্টি হয়। মহানগৰীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই নিশ্চিত কৰিছে এই তথ্য । অৱশ্যে আজি বিয়লি চাৰি বজাত অনুভূত হোৱা ভূমিকম্পৰ বাবে ৰাজ্যত ক্ষয়- ক্ষতি হোৱাৰ কোনো তথ্য পোহৰলৈ অহা নাই বুলিও জনায় বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই।
ৰাজ্যত পুনৰ অনুভূত হ’ল ৩.৫ প্ৰাবল্যৰ ভূমিকম্প
-
By publisher
- Categories: News
- Tags: AssamEarthquake
Related Content
Abvp:আই. আই. টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল দ্বাৰা এবিভিপিৰ SEIL যাত্ৰাৰ উদ্বোধন
By
publisher
January 22, 2025
Tripura Indo- Bangla Border:পশ্চিম বংগৰ ইণ্ডো- বাংলা সীমান্তত ভাৰতে কাটা তাঁৰ বেৰা দিয়াক লৈ আপত্তি বাংলাদেশেৰ
By
publisher
January 22, 2025
Six Mile flyover in dangerous condition: বিপজ্জনক অৱস্থাত ছয়মাইলৰ উৰণ সেতু
By
publisher
January 22, 2025
PM Modi will take bath in Mahakumbha:দিল্লী নিৰ্বাচনৰ দিনাই মহাকুম্ভত স্নান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
By
publisher
January 22, 2025
Aap Pressmeet in Guwahati:বিদেশী বিনিয়োগৰ নামত মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ আপৰ সংবাদমেল
By
publisher
January 22, 2025
Puppet dance performance at the Mahakumbh Mela: প্ৰয়াগৰাজত অসমৰ লোক সম্পদ পুতলা নাচ মহাকুম্ভ মেলাত
By
publisher
January 22, 2025