দেশত কৰ’নাত আক্ৰান্তৰ লোকৰ সংখ্যা ৪২ হেজাৰৰ অধিক হৈছে |দেওবাৰ পৰ্যন্ত ভাৰতত আক্ৰান্তৰ মুঠ সংখ্যা ৪২, ৪৯০ জন আৰু মৃত্যু হৈছে ১৩৯১ জনৰ | দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত সৰ্বাধিক ১২, ৯৭৪ জন ক’ভিড-১৯ ত আক্ৰান্ত হৈছে আৰু ৫৪৮ জনৰ মৃত্যু হৈছে | দ্বিতীয় স্থানত থকা গুজৰাটত আক্ৰান্তৰ সংখ্যা ৫৪২৮ আৰু মৃত্যু হৈছে ২৯০ জনৰ | দিল্লীত আক্ৰান্তৰ সংখ্যা ৪১২২ আৰু মৃত্যু হৈছে ৬৪ | কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত ২৬৪৪ জন নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৩ জনৰ মৃত্যু হৈছে |
দেশত ৪২ সহস্ৰাধিক কৰ’নাত আক্ৰান্ত : মৃত্যু ১৩শৰ অধিক
-
By publisher

- Categories: COVID-19, News
- Tags: CORONAVIRUSCovid-19FIGHTS AGAINST COVID-19INDIA FIGHTS CORONA
Related Content
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
By
publisher
March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
By
publisher
March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
By
publisher
March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026