তলাবন্ধৰ মাজতে কাজিৰঙাত খৰ্গবিহীন গড়ৰ মৃতদেহ উদ্ধাৰ

WhatsApp Image 2020 05 10 at 2.18.21 PM

তলাবন্ধৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ ডোৰামাৰি বন শিবিৰৰ সমীপত বিলত শনিবাৰে বিয়লি উদ্ধাৰ হয় এটা মতা গড়ৰ খৰ্গবিহীন মৃতদেহ । চোৰাং চিকাৰীয়ে হত্যা কৰি খৰ্গ কাটি নিয়াৰ সন্দেহ বনবিভাগৰ | গড়টোৰ কে’বাদিনৰ পূৰ্বে হত্যা কৰা বুলি বনবিভাগৰ সূত্রত প্ৰকাশ ।

ADVERTISEMENT
Exit mobile version