পাক অধিকৃত কাশ্মীৰ ভাৰতৰে অংশ । ভুলবশত হ’লেও এই কথা স্বীকাৰ কৰিলে পাকিস্তানৰ এটা চৰকাৰী ৱেবছাইটে ৷ দেশখনৰ কৰ’না ভাইৰাছৰ সন্দৰ্ভত বা বাতৰি প্ৰচাৰ কৰা চৰকাৰী ৱেবছাইট “ডব্লিউ ডব্লিউ ডব্লিউ.ক’ভিড.গভ.পি কে’ত পাক অধিকৃত কাশ্মীৰৰ মানচিত্ৰৰ স’তে ভাৰতৰ মানচিত্ৰক সংযোগ কৰি প্ৰদৰ্শন কৰা হয় ৷ ভাৰতত কৰ’না সংক্ৰমণৰ বাতৰি এই ৱেবছাইট প্ৰচাৰ কৰিবলৈ গৈ ভুলবশত পাক অধিকৃত কাশ্মীৰক জম্মু কাশ্মীৰৰ অধীনস্থ অঞ্চল হিছাপে প্ৰদৰ্শন কৰা হৈছে । দেশখনৰ চৰকাৰী ৱেবছাইটে এইদৰে বিবাদমান পাক অধিকৃত কাশ্মীৰক ভাৰতৰ অংশ হিচাপে উল্লেখ কৰাক লৈ পাকিস্তানত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷
অধিকৃত কাশ্মীৰ ভাৰতৰ অংশঃ চৰকাৰী ৱেবছাইটত ভুলবশত হ’লেও স্বীকাৰ পাকিস্তানৰ
-
By publisher
- Categories: COVID-19, News
- Tags: Imran khanNarendra ModiPakistan
Related Content
17 APS officers promoted to IPS: আই পি এছলৈ পদোন্নতি ১৭ এপিএছ বিষয়া
By
publisher
January 17, 2025
Kakoijana Golden Langur:দুষ্প্ৰাপ্য সোণালী বান্দৰ সংৰক্ষণৰ দিশত এখোজ
By
publisher
January 17, 2025
Pay Commission:অষ্টম দৰমহা আয়োগ গঠনত কেন্দ্ৰৰ অনুমোদনৰ পিছত ব্যাপক তৎপৰতা বৃদ্ধি অসমত !
By
publisher
January 17, 2025
ৰাজকোটৰ পৰা কেনিয়া হৈ দিল্লীলৈ: খো খো বিশ্বকাপলৈ যাত্ৰা ডাঃ হীৰেন পাঠকৰ
By
publisher
January 17, 2025
মিছেচ ইণ্ডিয়া প্রাইড অৱ নেশ্যনত উজলিল অসমকন্যা শ্বেতা ঠাকুৰীয়া
By
publisher
January 17, 2025