জনপ্ৰিয় ভিডিঅ’ শ্বেয়াৰিং এপ “টিকটক”ভাৰতত নিষিদ্ধ কৰাৰ দাবীৰ সপক্ষত থিয় দিলে অভিনেতা মুকেশ খান্নাই। “টিকটক”ত যথেষ্ট পৰিমাণে অশ্লীল আৰু আপত্তিজনক বিষয়ৰ ভিডিঅ’ আৰু অডিঅ’ বহুলভাৱে প্ৰচাৰিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰি “শক্তিমান” খ্যাত অভিনেতাজনে চীনৰ এই এপটোক ভাৰতক নিষিদ্ধ কৰাৰ দাবী জনায় । “টিকটক”ৰ জনপ্ৰিয়তা ভাৰতত ক্ৰমে হ্ৰাস পাবলৈ ধৰাত মই আনন্দ অনুভৱ কৰিছো ৷ মই জানিব পৰা মতে, এই এপটোৰ ৰেটিং ৪.৫ ৰ পৰা ১.৩ লৈ অৱনমিত হ’ল । এই এপটোৱে যুৱ প্ৰজন্মক ধ্বংস কৰিবলৈ ধৰিছে আৰু আমি টিকটকৰ হ্ৰাসৰ পৰা দেশৰ যুৱ সমাজক ৰক্ষা কৰা উচিত ৷ ভিডিঅ’ শ্বেয়াৰিং এপটোত প্ৰায়ে অশালীন, মৰ্যাদা হানিকৰ আৰু আপত্তিজনক ভিডিঅ’ প্ৰচাৰিত হৈ আহিছে ৷ সেয়েহে মই টিকটকৰ নিষিদ্ধকৰণক সমৰ্থন জনায় ৷ এই মন্তব্য মুকেশ খান্নাৰ ৷
“টিকটক” নিষিদ্ধকৰণৰ দাবী অভিনেতা মুকেশ খান্নাৰ
-
By publisher

- Categories: News
- Tags: BOLLYWOODMukesh KhannaTiktok App
Related Content
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
By
publisher
March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
By
publisher
March 11, 2026
আকস্মিক জটিল সংকট!
By
publisher
March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
By
publisher
March 11, 2026
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026