■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷
■ ৰাজ্যত পুনৰ ৪৮ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।
■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ১৬ জন কৰিমগঞ্জৰ, ৮ জন লখিমপুৰৰ, ৮ জন গুৱাহাটী কোৱাৰেন্টাইন কেন্দ্ৰ, ৫ জন কাছাৰৰ, ৪ জন হাইলাকান্দি, ৩ জন দক্ষিণ শালমৰাৰ,২জন নলবাৰী আৰু এজনকৈ মৰিগাঁও আৰু গোৱালপাৰাৰ ৷
■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷
■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ৬২ জন, চিকিৎসাধীন হৈ আছে ৪৪৫ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪ জনৰ ৷