মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে ৰাজ্যপাল জগদীশ মুখীক ৰাজভৱনত সাক্ষাৎ কৰি সাম্প্ৰতিক কেবাটাও বিষয়ৰ সন্দৰ্ভত আলোচনা কৰে । মুখ্যমন্ত্ৰী মন্ত্ৰীজনে এই সন্দৰ্ভত কয়, ” ৰাজ্যপালক সাক্ষাৎ কৰি ক’ভিড-১৯ৰ বিৰুদ্ধে আমাৰ যুঁজৰ সবিশেষ, বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আৰু ধুমুহাত হোৱা ক্ষয়-ক্ষতি সন্দৰ্ভত আলোচনা কৰো | লগতে ‘আফ্ৰিকান ছোৱাইন ফিভাৰ’ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লোৱা ব্যৱস্থাৱলীকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় তেখেতক অৱগত কৰোঁ ।”
ৰাজভৱনত মুখ্যমন্ত্ৰী সোণোৱালঃৰাজ্যপাল জগদীশ মুখীৰ স’তে কৰ’না
-
By publisher

- Categories: Assam, COVID-19, News
- Tags: AssamCovid-19Jagdish MukhiLockdownSarbananda Sonowal
Related Content
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
By
publisher
March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
By
publisher
March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
By
publisher
March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026