ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৭০৪ জনলৈ বৃদ্ধি

EZArBClWoAQGRBc

■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

■ ৰাজ্যত পুনৰ ১৮ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।

■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ১ জন কামৰূপ মেট্ৰ’ৰ,১৪ জন গোলাঘাটৰ,২জন কাৰ্বি আংলঙৰ আৰু ১ জন লখিমপুৰৰ

■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷

■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ৬২ জন, চিকিৎসাধীন হৈ আছে ৬৩৫ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪ জনৰ ৷

Exit mobile version